বজালীৰ বান বিধ্বস্ত মেধিকুছিটো গৰু বিহু উদযাপন ।
পহুমৰা নদীত সকলোৱে মিলি জুলি গা ধুৱাইছে গৰুক ।
বান বিধ্বস্ত পৰিৱেশৰ মাজতো গৰু বিহুত উৎসাহ কমা নাই গঞা ৰাইজৰ ।
যিমান বিপৰ্যয় নাহিলেও পৰম্পৰা জীয়াই ৰখাৰ অংগীকাৰ ৰাইজৰ ।