বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৌৰাগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৌৰাগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্ৰবেগী অচিনাক্ত ট্ৰাকে মহতিয়াই নিলে স্কুটি আৰোহীক। থিতাতে নিহত স্কুটি আৰোহী। দুৰ্ঘটনাগ্ৰস্থ স্কুটি খনৰ নম্বৰ AS 26B 2443 .।নিহত লোকজনৰ চিনাক্ত হোৱা নাই।ঘটনাস্থলিত বঙাইগাঁৱৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ।দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে যান-বাহন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *