পৰিৱৰ্তন হ’ল ঘোচ লোৱাৰ তৰিকা!

পৰিৱৰ্তন হ’ল ঘোচ লোৱাৰ তৰিকা!

ৰেঞ্জাৰে উৎকোচ লোৱাৰ উপৰিও বিচাৰিলে মহিলাৰ শৰীৰ।

আৰু জব্দকৃত বাহনৰ চালকৰ পত্নীক নৈশ যাপনৰ প্ৰস্তাৱ দি ৰঙা ঘৰৰ আলহী হল ৰেঞ্জাৰ।

উল্লেখযোগ্য যে লম্পটটোৰ নাম অজিত গগৈ।

বুঢ়া বয়সকতো এওঁৰ পৰকতি লৰে।

উতলা যৌৱনক চম্ভালিব নোৱাৰি আটক হ’ল ৰাইজৰ হাতত!

পিছত সামাজিক মাধ্যমৰ যুগে বিয়পি পৰিল চৌদিশে।

ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ তদন্তৰ পিছত হে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *