প্ৰায় 115 খন জব্দ কৰা বাহন নিলাম কৰিব পাৰে যোৰহাট পৰিবহণ বিষয়াই

প্ৰায় 115 খন জব্দ কৰা বাহন নিলাম কৰিব পাৰে যোৰহাট পৰিবহণ বিষয়াই


যদি আপোনাৰ মৰমৰ বাহন খন পৰিবহণ বিষয়াৰ কাৰ্যলয়ত সোমাই আছে তেন্তে অতি সোনকালে পৰিবহণ বিষয়াৰ কাৰ্যলয়ৰ লগত যোগ যোগ কৰি আপোনাৰ যাবতীয় নথি পত্ৰ লগত কৰ পৰিশোধ কৰি ঘৰলৈ ঘূৰাই আনক বাহনখন


নহলে নিলাম হব পাৰে আপোনাৰ মৰমৰ বাহনখন


Modified বাহন চলক সাৱধান হোৱাৰ সময় আহি পৰিছে যোৰহাটত


কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে ভিতৰুৱা গাঁৱে ভুৱে চলিছে পৰিবহণ বিষয়ৰ অভিযান


কৰ পৰিশোধ কৰিবলৈ বাহনৰ গৰাকীক আহ্বান পৰিবহণ বিষয়ৰ

যোৰহাটত বনভোজ খাবলৈ আহিলে মানি চলক পৰিবহন বিভাগৰ কেতবোৰ নীতি নিৰ্দেশনা


অন্যথা ৰঙাঘৰৰ আলহী হ’ব আপুনি


যোৰহাটত দুৰ্ঘটনা শূণ্য কৰাৰ পণ লৈছে পৰিবহন বিষয়াই

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *