প্ৰসংগ,,, মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনাৰ ঘটনা

প্ৰসংগ,,, মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনাৰ ঘটনা।
অস্ত্ৰ চালনাৰ কৰ্মশালাৰ সৈতে জড়িত তিনি মূল অভিযুক্ত সুব্ৰত দাস, অভিজিত ঘোষ আৰু দীনেশ কলিতা মঙলদৈ থানা ত হাজিৰ।
দীনেশ কলিতা ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰান্তৰ সভাপতি।
তিনিও গৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বেইল লৈ মঙলদৈ থানা ত হাজিৰ হয়।

আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবেই ইমানদিনে পলাই থাকিবলৈ সমৰ্থ হৈছিল তিনি মুখ্য অভিযুক্ত।
উল্লেখযোগ্য মঙ্গলদৈ সদৰ আৰক্ষীয়ে কেইবাদিনো ধৰি কৰায়ত্ত কৰিব নোৱাৰাৰ সুযোগ লাভ কৰি মূল তিনি অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *