প্ৰসংগঃ অঞ্জন নাথ হত্যাকাণ্ড

প্ৰসংগঃ অঞ্জন নাথ হত্যাকাণ্ড । গীতাশ্ৰী সিনহাৰ ম’বাইলৰ সন্ধানত ভৰলু নৈত আৰক্ষীৰ অভিযান। গীতাশ্ৰী সিনহাৰ ভগ্নী নেহা সিনহাক লগত লৈ অভিযান। ভৰলুত ম’বাইলটো দলিয়াই দিয়াৰ কথা স্বীকাৰ নেহা সিনহাৰ। অঞ্জন নাথে গম নোপোৱাকৈয়ে দ্বিতীয়টো ম’বাইল ব্যৱহাৰ কৰিছিল গীতাশ্ৰীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *