প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰত্তিমুৰ্তি দাহ কাৰ্য্যসূচী

প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰত্তিমুৰ্তি দাহ কাৰ্য্যসূচী।কেনা লাগিছে নেকি অসমৰ শিক্ষা বিভাগত ?কিয় বাৰে বাৰে ফাদিল হৈছে প্ৰশ্ন কাকত ?কেবল পৰীক্ষা বাতিল কৰিয়ে দ্বায়িত্ব সামৰি আছে নেকি ডাঃ ৰনোজ পেগুৰ শিক্ষা বিভাগে !অসমত অনুস্থিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৩ বৰ্ষৰ প্ৰশ্ন কাকত বাৰে বাৰে ফাদিল হোৱা পিছত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন । আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও চহৰৰ মাজমজিয়াত শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুৰ প্ৰতিমূৰ্ত্তি দাহ কৰি এক বিৰল প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । শতাধিক ছাত্র নেতা কৰ্মীয়ে শিক্ষা মন্ত্ৰীৰ লগতে ব্যৰ্থ চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰে মৰিগাঁও ৰাজপথ ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *