প্ৰদ্যুৎ বৰদলৈক লেং মাৰি নগাঁৱত নিৰ্বাচন খেলিব খোজে গৌৰৱ গগৈয়ে

‘প্ৰদ্যুৎ বৰদলৈক লেং মাৰি নগাঁৱত নিৰ্বাচন খেলিব খোজে গৌৰৱ গগৈয়ে। AIUDFৰ সৈতে এতিয়াও আছে কংগ্ৰেছৰ গভীৰ সম্পৰ্ক। প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈয়ে বদৰুদ্দিন আজমলৰ হাতে-ভৰিয়ে ধৰি নিৰ্বাচনত জয়ী হৈছিল। বিগত ৰাজ্যসভা নিৰ্বাচন, লোকসভা নিৰ্বাচনতো দুই দলৰ মিত্ৰতা আছিল। এইবাৰো নগাঁৱত AIUDFক টিকট নিদিবলৈ আজমলক খাটনি গৌৰৱ গগৈৰ। এইলোকৰ মিতিৰালিৰ কথা ৰাইজে জানে।’ এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *