প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন অৰ্থ সাহায্য

প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন অৰ্থ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে।এহেজাৰ দুহেজাৰ বা ১লাখ টকা নহয় এইবাৰ ৰাজ্য চৰকাৰে দিব মুঠ ৫ লাখকৈ টকা।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনতে এই সুবিধা সমূহ লাভ কৰিব বুলি জানিব পৰা গৈছে ।মৃত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়লৈ আগবঢ়াব এই অনুদান।আপোনালোকে লাভ কৰিব ৫ লাখ টকাকৈ।আৰু প্ৰথম অৱস্থাত সামৰি লোৱা হৈছে প্ৰায় ৬১ হাজাৰ মৃত কৰ্মচাৰী।এটা ভাল খবৰ পূৰণ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা।প্ৰতিটো পৰিয়াললৈ ৫লাখ টকাকৈ এককালীন অৰ্থ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *