প্ৰচণ্ড গৰমৰ বাবে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

48

প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰ্দেশনা। আন জিলাৰ লগতে কামৰূপ মহানগৰতো আগুৱালে পাঠদানৰ সময়। ২৭ মে’ৰ পৰা প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। এই নিৰ্দেশনা মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো প্ৰযোজ্য হ’ব । মেট্ৰ’ জিলাৰ DEEO-IS দীপিকা চৌধুৰীয়ে জাৰি কৰে এই নিৰ্দেশনা।