প্ৰচণ্ড গৰমৰ অন্তত স্বস্তিৰ বৰষুণ।

কিন্তু সোমবাৰে তাৰ মাজতে দুঃসংবাদ।

পশ্চিম বংগৰ দক্ষিণ বংগত সোমবাৰে ধুমুহা-বজ্ৰপাতত প্ৰাণ হেৰুৱালে ৯জন লোকে।

ইয়াৰ ভিতৰত ৫জন পূব মেদিনীপুৰ, দুজন পশ্চিম মেদিনীপুৰ আৰু পুৰুলিয়াৰ।

আন দুজনৰ মৃত্যু হয় দক্ষিণ ২৪ পৰগনা আৰু নদীয়াত।