পেট্ৰ’ল-ডিজেলৰ সমস্যাৰ অন্ত!

এতিয়াৰে পৰা পেট্ৰ’ল-ডিজেলৰ সমস্যাৰ অন্ত! নীতিন গাডকাৰীয়ে মুকলি কৰিলে দেশৰ প্ৰথমখন ‘ফুল ফ্লেক্স ফুৱেল’ গাড়ী। নতুনকৈ মুকলি হোৱা ইন’ভা বাহনখনত ইন্ধনৰূপে ব্যৱহাৰ হ’ব ১০০ শতাংশ ইথালন। বাহনখন হ’ব বিশ্বৰ প্ৰথমখন বিদ্যুৎ চালিত ফ্লেক্স ফুৱেল বাহন, যিয়ে ৪০ শতাংশ বিদ্যুৎ উৎপাদন কৰিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *