পুনৰ ভাৰত আৰু চীন সীমান্তত উত্তেজনা। সংঘৰ্ষত ভাৰত–চীন সেনা

পুনৰ ভাৰত আৰু চীন সীমান্তত উত্তেজনা। সংঘৰ্ষত ভাৰত–চীন সেনা।
গালৱানৰ পিছত এইবাৰ আৰুণাচল সীমান্তত উত্তেজনা।উল্লেখযোগ্য যে মাজত ব্যৱধান ২ বছৰ। পুনৰ সংঘৰ্ষ ভাৰত আৰু চীনৰ সেনাৰ মাজত। ডিচেম্বৰৰ ৯ তাৰিখে নিশা দুয়োখন দেশৰ সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘৰ্ষত লিপ্ত হয়। দুয়ো পক্ষৰ কেইবাজনো আহত হোৱাৰ খবৰ পোৱা হৈছে। সংঘৰ্ষৰ ফলত বহু কেইজন সেনা জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *