পুনৰ বিতৰ্কত বটদ্ৰৱা থান পৰিচালনা সমিতি। কাৰ্যনিৰ্বাহক সদস্যৰ পৰা পদত্যাগ সত্ৰাধিকাৰ প্ৰণৱ প্ৰাণ গোস্বামী আৰু শিল্পী ৰঞ্জিত মহন্তৰ । সংবিধান অৱমাননা, স্বৈৰাচাৰী আচৰণত ক্ষুব্ধ হৈ পদত্যাগ। পদত্যাগৰ পাছতে থান পৰিচালনা সমিতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।