পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। হায়দৰাবাদত মৃত্যু মাজুলীৰ ৰাকেশ বৰা নামৰ যুৱকজনৰ। এটা বহুজাতিক কোম্পানীত ৪ বছৰে কৰ্মৰত আছিল ৰাকেশ। বিগত ৩ দিনৰ পৰা ৰাকেশৰ কোনো খবৰ পোৱা নাছিল পৰিয়ালে। ৰাকেশৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে। কোনোৱে পৰিকল্পিতভাৱে ৰাকেশক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ।
