পুনৰ জালুকবাৰী আৰক্ষীৰ দায়িত্বজ্ঞানহীন কাণ্ড

পুনৰ জালুকবাৰী আৰক্ষীৰ দায়িত্বজ্ঞানহীন কাণ্ড। জালুকবাৰী আৰক্ষী চকীৰ পৰা পলাল ৩ বাইক চোৰ। দেওবাৰে শৰাইঘাট দলঙৰ সমীপৰ পৰা গ্ৰেপ্তাৰ হৈছিল ৩ চোৰ। ধৃত চোৰকেইটা সুমন দাস, বাবু নেওগ, পদুম বাহাদুৰ চেত্ৰী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *