পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰলৈ হিন্দু মহিলাৰ প্ৰতিদ্বন্দ্বিতা৷ পাকিস্তান পিপলছ পাৰ্টিৰ টিকটত নিৰ্বাচনত নামিব সবেৰা প্ৰকাশ৷ ৮ ফেব্ৰুৱাৰীত পাকিস্তানৰ সাধাৰণ নিৰ্বাচন৷ বুনেৰ জিলাৰ পি কে-২৫ সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।