পত্নী থকাৰ পিছতো অবৈধ সম্পৰ্ক

60

পত্নী থকাৰ পাছতো অন্য মহিলাৰে অবৈধ সম্পৰ্ক থকাৰ অভিযোগত আটক জিয়াউৰ ৰহমানক৷

আৰক্ষীৰ সৈতে গৈ এটা এপাৰ্টমেণ্টত পত্নীয়ে ধৰা পেলালে ৰাজনৈতিক নেতাজনক৷

এটা এপাৰ্টমেণ্টত অন্য মহিলাৰ সৈতে বাস কৰিছিল জিয়াউৰ ৰহমানে, অভিযোগ পত্নীৰ৷

তেওঁলোকৰ দুয়োৰে মাজত চলি আছে বিৱাহ বিচ্ছেদৰ গোচৰ৷