নৱজাত শিশু হত্যাকাৰী মাতৃক আটক

নৱজাত শিশু হত্যাকাৰী মাতৃক আটক। পানীখাইতী আৰক্ষীয়ে আটক কৰিছে উজ্জ্বলনী বৰ্মনক। বীৰকুছিত আত্মগোপন কৰি থকা অৱস্থাত আটক মহিলাগৰাকীক। আৰক্ষীৰ সন্মুখত উজ্জ্বলনী বৰ্মনৰ ভাষ্য। গৰ্ভস্থ অৱস্থাতে মৃত্যু হৈছিল নৱজাতকটিৰ। মৃত সন্তান প্ৰসৱৰ পাছতে গীতানগৰৰ জংঘলত পেলাই দিছিল নৱজাতকটিক। সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *