নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বৰপথাৰ আৰক্ষীৰ অভিযান

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বৰপথাৰ আৰক্ষীৰ অভিযান। বহু লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক কৰে এগৰাকী মহিলাক। ডিমাপুৰ-তিনিচুকীয়া অভিমুখী এখন নৈশ বাছত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানত জব্দ ১৪টা চাবোনৰ বাকচত ১৭৬ গ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য ১৫ লাখ টকা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *