নামৰূপ আছুৰ সত্যাগ্নহ কাৰ্য্যসুচী।নামৰূপ সাৰকাৰখানা বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু নামৰূপৰ ৰাইজৰ সহযোগত সত্যাগ্ৰহ কাৰ্য্যসুচী। সাৰ মুখ্য প্ৰবেশ দ্ধাৰা সন্মুগত কাৰখানা প্ৰতিবাদি কাৰ্য্যসুচী ৰূপায়ন কৰে।
