নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সুগৰী পহুৰ মাংসসহ দুজনক আটক

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সুগৰী পহুৰ মাংসসহ দুজনক আটক। কন্যকা ইক’ ৰিজ’ৰ্টৰ পৰা উদ্ধাৰ পহুৰ মাংস। ধৃত এজনৰ নাম জয় কুমাৰ। জব্দ দুটাকৈ হৰিণৰ শিং, লাওখোলা আৰু কেইবাটাও ম’বাইল। ধৃত জয় কুমাৰ কন্যকা ইক’ ৰিজ’ৰ্টৰ ব্যৱস্থাপক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। দীৰ্ঘদিনে অঞ্চলটোত দুৰ্বৃত্তই পহুৰ মাংসৰ চলাই গৈছিল ৰমৰমীয়া বেহা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *