নাজিৰাৰ বিভিন্ন প্ৰান্তত গাঞ্জাৰ বিৰূদ্ধে চলিল অভিযান

নাজিৰাৰ বিভিন্ন প্ৰান্তত দেওবাৰে নিশা গাঞ্জাৰ বিৰূদ্ধে চলিল অভিযান। নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত নগৰৰ বাপুজী পথত অভিযান চলাই 2.100 গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা মজুত ৰখাৰ অপৰাধত মাতৃ মালা মেছ আৰু পুত্ৰ প্ৰাণদীপ মেছক আটক কৰাৰ বিপৰীতে মেজেংগা অঞ্চলত অভিযান চলাই 1.060 গ্ৰাম গাঞ্জা সহ ৰূপম ভৰালী নামৰ আন এজন লোকক আটক কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *