নাজিৰাৰ প্ৰান্তে প্ৰান্তে সোপাধৰাৰ আতংক

নাজিৰাৰ প্ৰান্তে প্ৰান্তে সোপাধৰাৰ আতংক

ৰাইজক ভিতিগ্ৰস্থ নহবলৈ আহ্বান মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ।

উল্লেখযোগ্য যে নাজিৰা মহকুমাত কোনো শিশু অপহৰণৰ বৰ্তমানেও তথ্য নাই।

গতিকে কোনো দুষ্ট চক্ৰই এই উৰাবাতৰি বিয়পাইছে বুলি প্ৰশাসনে ইতিমধ্যে উল্লেখ কৰিছে।

শান্তি শৃংখলা অটুত ৰাখিবলৈ প্ৰশাসনে ৰাইজক আহ্বান জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *