নাগালেণ্ডত নিহত অসমৰ দুই ছাত্ৰৰ

48

নগালেণ্ডৰ চাংকিত পথ দুৰ্ঘটনাত নিহত অসমৰ দুই ছাত্ৰ।

নিহত টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ দুই ছাত্ৰ।

আন ৩ জন বন্ধুৰ সৈতে নাগালেণ্ডলৈ ফুৰিবলৈ গৈছিল ছাত্ৰদ্বয়।

নগালেণ্ড আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ।

দুই ছাত্ৰৰ মৃত্যুত টীয়কত শোকৰ ছাঁ।