নলবাৰীৰ বৰক্ষেত্ৰীত প্ৰশাসনৰ উচ্ছেদ ৷
নলবাৰীৰ বৰক্ষেত্ৰীৰ ২নং ভেলামাৰীৰ চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদ ৷২নং ভেলামাৰীৰ ১৫০ বিঘা বেদখলকৃত ভূমিত চৰকাৰৰ উচ্ছেদ ৷
চৰকাৰে উচ্ছেদ চলায় ১৬ টাকৈ পৰিয়ালক ৷
বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ উদয় শংকৰ দত্ত আৰু নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈৰ নেতৃত্বত আৰক্ষী প্ৰশাসনৰ বিশাল বাহিনীৰ উচ্ছেদ ৷
