নগাঁৱৰ পুৰণিগুদাম গড়মূৰত বিধ্বংধী অগ্নিকাণ্ড

36

নগাঁৱৰ পুৰণিগুদাম গড়মূৰত বিধ্বংসী অগ্নিকাণ্ড।

জুইত জাহ গ’ল পুৰণিগুদাম হাৰ্ডৱেৰৰ আৰু মেহেৰাব হুছেইনৰ ঘৰৰ লগতে কেইবাখনো দোকান।

বৰ্তমান মূহুৰ্ততো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপকক বাহিনী।

ওচৰৰ দোকান আৰু আৱাসীক এলেকালৈ জুই সম্প্ৰসাৰণ হোৱাৰ আশংকা।