নগাঁৱৰ কচুৱাৰ ৰজাগাঁৱত অমানৱীয়ৰ লগতে ধৰ্ষণৰ অপচেষ্টাৰ



নগাঁৱৰ কচুৱাৰ ৰজাগাঁৱত অমানৱীয়ৰ লগতে ধৰ্ষণৰ অপচেষ্টাৰ ঘটনা

এগৰাকী বিধৱা মহিলাক দূৰ্গম পথৰে নি শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে ৷

অভিযুক্ত যুৱক জনৰ নাম পিন্টু বিশ্বাস

ৰজাগাঁৱৰ এজন লোকৰ ঘৰত বন কৰা কামত নিয়োজিত আছিল মহিলা গৰাকী ৷

কাম শেষ কৰি ঘৰলৈ গৈ থকা অৱস্থাত ৰজাগাৱৰ দক্ষিণ ঝৰবাগানৰ দুৰ্গম ঠাইত সংঘটিত হয় ঘটনাটো ৷

মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত লম্পট পিন্টু বিশ্বাসক আটক কৰিছে আৰক্ষীয়ে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *