ধেমাজিৰ বিশিষ্ট শিক্ষাবিদ, সত্ৰাধিকাৰ বনমালী দেৱ গোস্বামীৰ দেহাৱসান

ধেমাজিৰ বিশিষ্ট শিক্ষাবিদ, সত্ৰাধিকাৰ বনমালী দেৱ গোস্বামীৰ দেহাৱসান। ৯৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰগৰাকীয়ে। সম্পূৰ্ণ বৈদিক নিয়মেৰে মাছখোৱাৰ তামোলবাৰী সত্ৰত সম্পন্ন হয় তেখেতৰ শেষকৃত্য। মৃত্যুৰ পূৰ্বে বনমালী দেৱ গোস্বামীয়ে প্ৰায় ১৫খন গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰি ২০ খনতকৈ অধিক গ্ৰন্থ পাণ্ডুলিপি ৰূপতে অপ্ৰকাশিত হৈ থাকিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *