ধুবুৰী জেল হাজোতৰ পৰা মুক্তি পালে শুকুৰ আলীয়ে। জেল হাজোতৰ পৰা ওলাই মুখ খুলিলে আকৌ শুকুৰ আলীয়ে ৷
কেইদিন পুৰ্বে গো —মাংস সৰবৰাহ কৰাৰ অভিযোগত আগমনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শুকুৰ আলীক।
গ্ৰেপ্তাৰৰ পাছতে আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল শুকুৰ আলীক ৷
আজি আদালতৰ নিৰ্দেশ মৰ্মে শুকুৰ আলী মুক্তি পালে ৷
মুক্তি পায়েই পুনৰ শুকুৰ আলীৰ মুখত ইংৰাজী ভাষা ।
মুক্তি পাইয়ে শুকুৰে কলে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে।
এইবাৰ অসম গণ পৰিষদ দলে ধুবুৰী লোকসভা সমষ্টিৰ পৰা টিকট দিব বুলি কয় সাংবাদিকক জানায় শুকুৰ আলীয়ে।
