দৰঙৰ হীৰাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড


দৰঙৰ হীৰাপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবাটাও ঘৰ ৷উল্লেখযোগ্য যে ইনচান আলি নামৰ লোক জনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত ৷অগ্নিকাণ্ডৰ প্ৰকৃত কাৰন এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *