দৰঙৰ খাৰুপেটীয়াত তিনিটা চোৰক আটক

দৰঙৰ খাৰুপেটীয়াত তিনিটা চোৰক আটক ।


চোৰ তিনিটা ক্ৰমে শিবু বিশ্বাস, শান্তনু বিশ্বাস আৰু গৌতম বৰ্মন বুলি জানিব পৰা গৈছে।

তিনিওটা চোৰ খাৰুপেটীয়া গোপাল নগৰৰ বাসিন্দা আছিল।



জানিব পৰা মতে নাগেশ্বৰ গেৰেজৰ পৰা আটক কৰিছে তিনিওজনকে।

গেৰেজৰ পৰা ৰেন্দাৰ কৰা বৈদ্যুতিক যন্ত্ৰ চুৰ হোৱা সামগ্ৰী পুণৰ একেখন গেৰেজতে বিক্ৰী কৰিবলৈ আহি আটক তিনি চুৰ।

কেইদিন মান পূৰ্বে গেৰেজৰ পৰা চুৰ হৈছিল ৰেন্দাৰ কৰা বৈদ্যুতিক যন্ত্ৰটো।অৱশেষত আটক হ’ল চুৰ কেইটা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *