দুৰ্নীতিয়ে লগ এৰা নাই অমৰাগুৰি গাওঁ পঞ্চায়তত

মৰিগাঁৱৰ অমৰাগুৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য এমদাদুলৰ লগতে বড়বৰি গাওঁ পঞ্চায়তৰ GPC ইফতিকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ।

দুৰ্নীতিৰয়ে যে লগ এৰা নাই অমৰাগুৰি গাওঁ পঞ্চায়তত। মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ অমৰাগুৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য এমদাদুলৰ লগতে বড়বৰি গাওঁ পঞ্চায়তৰ GPC ইফতিকাৰ হুচেইনে প্ৰধান মন্ত্ৰী আৱাসগৃহৰ নামত সংঘটিত কৰি আহিছে ভংকৰ দুৰ্নীতি । এই অভিযোগ আমাৰ নহয়। এই অভিযোগ উত্থাপন কৰি আহিছে। অমৰাগুৰি গাওঁ পঞ্চায়তৰ দৰিদ্ৰ হিতাধিকাৰিয়ে।এতিয়া চৰকাৰ তথা বিভাগীয় কৃতপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *