দিল্লীত যমুনা নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা

ভয়াৱহ বিপদৰ আশংকা!
দিল্লীত যমুনা নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা। বিপদসীমাৰ ২০৫.৩৩ মিটাৰ অতিক্ৰম কৰিছে জলপৃষ্ঠই।ইতিমধ্যেই দিল্লীত হাই এলাৰ্ট জাৰি কৰিছে কৰ্তৃপক্ষই। স্পৰ্শকাতৰ তথা বান প্ৰৱণ অঞ্চলসমূহৰ পৰা স্থানান্তৰ কৰা হৈছে জনসাধাৰণক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *