তিনি বছৰীয়া দেৱ শিশুৰ চিকিৎসা বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ

তিনি বছৰীয়া দেৱ শিশুৰ চিকিৎসা বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ

দেৰগাঁও সমষ্টিৰ টেকেলা গাঁৱৰ এগৰাকী অসহায় মহিলাৰ


যোৰহাটৰ পৰা জগত নেওগৰ প্ৰতিবেদন ১৫ডিচেম্বৰ

যোৰহাটৰ সোতৰতা বিভিন্ন বিভাগৰ শিলান্যাস আৰু ভুমি পূজন কৰিবলৈ অংশগ্ৰহণ কৰা বিশাল জন সভাৰ মাজত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতা
তিনিবছৰীয়া এটি কন্যাসন্তান খোজ কাঢ়িব নোৱাৰা বাবে সাহায্য বিচাৰি মাতৃসহ উপস্থিত হৈছিল যোৰহাটৰ ক্ৰীড়া সন্থা খেল পথাৰত আয়োজন কৰা বিশাল জন সভাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৭১নং খঙীয়া গাওঁ পঞ্চায়তৰ টেকেলা গাঁৱৰ নিবাসী বিজিত বৰা কন্যাই তিনিবছৰ সম্পূৰ্ণ কৰা পিছতো খোজ কাঢ়িব পৰা নাছিল ,নিজৰ মাটি বাৰি ঘৰৰ অনন্যা সামগ্ৰী বিক্ৰী কৰি বিগত বছৰ জুৰি চিকিৎসা কৰি আহিছিল ভুক্ত ভুগি পৰিয়ালটোৱে। কিন্তু এতিয়া এই দুৰ্ভগীয়া শিশুটিক চিকিৎসা বাবে আৰ্থিক সমস্যা লগতে শিশুটিক উন্নত মানদণ্ডৰ চিকিৎসা প্ৰয়োজন আছে কিন্তু দিন হাজিৰা কৰি পোহ পাল দিয়া পিতৃ মাতৃ হাতত নাই টকা, সেয়ে অসহায় মাতৃয়ে উপায়হীন হৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উন্নত চিকিৎসাৰ সহায় বিচাৰি সাক্ষাৎকাৰ কৰে ,মানৱ সমাজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰি মুখ্য মন্ত্ৰী গৰাকীয়ে শিশুটিক লগ ধৰি চিকিৎসা কৰা আস্বাস প্ৰদান কৰে বুলি মাতৃ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে
লগতে মহিলা গৰাকীয়ে চিঞৰি চিঞৰি চকু পানী টুকী
অসম চৰকাৰৰ কোনো আঁচনিত অন্তৰ্ভুক্ত নাই বুলি স্পষ্ট ভাৱে মনৰ ভাৱ প্ৰকাশ কৰে দেৰগাঁও সমষ্টিৰ বিধায়কলৈও আবেদন কৰি নাপালে সহায় অসহায় পৰিয়ালটিয়ে মুখ্য মন্ত্ৰী সাক্ষাৎকাৰ কৰিবলৈ আহি ক্ষোভ প্ৰকাশ কৰে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *