তিনিচুকীয়াৰ ডিৰাক গেটত ভয়ংকৰ পথ দুৰ্ঘটনা

তিনিচুকীয়াৰ ডিৰাক গেটত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিয়ে ৰখাই থোৱা আন এখন বাহন। ২০ ফুট দূৰৈত চিটিকি পৰে ৰখাই থোৱা বাহনৰ চালক। থিতাতে নিহত যোৰহাট বালিচাপৰিৰ মানস প্ৰতিম গগৈ। দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা তীব্ৰবেগী ট্ৰাকৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *