তামিলনাডুত ঘূৰ্ণিবতাহ মিচাঙৰ ব্যাপক প্ৰভাৱ। ঘূৰ্ণিৰ প্ৰভাৱত চেন্নাইত প্ৰচণ্ড ধুমুহা-বৰষুণ। এই পৰ্যন্ত মিচাঙে প্ৰাণ লৈছে ৫জন লোকৰ।চেন্নাইত আবদ্ধ হৈ পৰিছে অসমৰ একাংশ লোক। ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ৰাজ্যখনৰ স্কুল, কাৰ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ।