ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত শোকাৱহ ঘটনা

ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত শোকাৱহ ঘটনা। ট্ৰেক্টৰ ধুবলৈ গৈ পুখুৰীত সলিল সমাধি ২জন যুৱকৰ। মৃত যুৱক দুজন প্ৰীতম গৌড়, জোৱালা গৌড়। ট্ৰেক্টৰৰ তলত পৰি মৃত্যু যুৱকৰ। বিশ্বকৰ্মা পূজা উপলক্ষ্যে ট্ৰেক্টৰখন ধুবলৈ পঠিয়াইছিল গৰাকীয়ে। শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱক দুজন। মৃত যুৱক দুজনৰ ঘৰ ৰাক্ষসমাৰীৰ অসুৰমাৰীত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *