ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।


যোৰহাট আৰক্ষী সহ অৰ্ধসামৰিক বাহিনীৰ ড্ৰাগছ বিৰোধী অভিযান বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।

যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত শুৱনি গাঁওৰ পুপুলি দাসৰ বাস গৃহৰ পৰা জব্দ কৰিছে ড্ৰাগছৰ লগতে বুজন পৰিমাণৰ ধন যোৰহাটৰ শুৱনি গাৱত ড্ৰাগছ সহ নগদ ধন উদ্ধাৰ।।


৭১ গ্ৰাম সন্দেহ জন হেৰউন আৰু নগদ ৩২৩১০ টকা।


ডি এছ পি পফেছনাৰ স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত ভোগদৈ আৰক্ষী সহযোগত আটক মহিলা।

জানিব পৰা মতে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত চলিছিল অভিযান।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *