ডিমৌত ৫ বছৰীয়া কণমানি ছাত্ৰীক নিৰ্মম প্ৰহাৰ প্ৰধান শিক্ষকৰ

ডিমৌত ৫ বছৰীয়া কণমানি ছাত্ৰীক নিৰ্মম প্ৰহাৰ প্ৰধান শিক্ষকৰ।বিদ্যালয়ৰ শ্ৰেণীকোঠাতেই “ক” শ্ৰেণীৰ ছাত্ৰী গৰাকীক প্ৰহাৰ কৰিলে প্ৰধান শিক্ষক গৰাকীয়ে।ছাত্ৰী গৰাকীৰ দেহৰ বিভিন্ন স্থানত বেতৰ লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰধান শিক্ষকে ছাত্ৰী গৰাকীক মুখত লাঠি ভৰাই তেজ উলিয়াই দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে পিতৃ মাতৃয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *