ডিব্ৰুগড় বগীবিল ৫২(B) ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে নিহত দুজন বাইক আৰোহীৰ।
নিহত বাইক আৰোহীৰ দুজনৰ নাম হৈছে ভৱৰাম দাস (৩৫) আৰু মংগলাল দাস (৩১)।
জানিব পৰা মতে দুজনৰ ঘৰ জকাই ২৭ঘৰীয়া কৈৱৰ্ত গাঁওত।
পথ দুৰ্ঘটনাত মুখামুখি সংঘৰ্ষ হোৱা বাহন দুখনৰ নম্বৰৰ হৈছে
AS-01-FD-2578 নম্বৰৰ ARGYA TOYOTA বাহন আৰু
AS-06-AA-0967 নম্বৰৰ গ্লেমাৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষ।
AS-01-FD-2578 নম্বৰৰ ARGYA TOYOTA বাহন খনৰ আৰোহীৰ জন এতিয়াও পলাতক হৈ আছে।
