ডিব্ৰুগড় বিমান বন্দৰত যাত্ৰীৰ হাহাকাৰ।

ডিব্ৰুগড় বিমান বন্দৰত যাত্ৰীৰ হাহাকাৰ।
টেক্সি চালক সন্থাৰ প্ৰতিবাদ। ২ ঘণ্টা ধৰি বন্ধ টেক্সিৰ চলাচল। অবৈধভাৱে দৈনিক একাংশ ব্যক্তিগত বাহন বিমান বন্দৰ চৌহদত প্ৰৱেশ কৰি যাত্ৰী ভাড়া আদায় কৰি অহাৰ গুৰুতৰ অভিযোগ। যাত্ৰীয়ে বিপদত পৰা আংশকা। এনে ব্যক্তিগত বাহনৰ কোনো তথ্য নাই প্ৰশাসনৰ ওচৰত। ৰহস্যজনকভাৱে বিমানবন্দৰ প্ৰাধিকৰণে টেক্সি কাউণ্টাৰ বন্ধ কৰাৰ অভিযোগ চালক সন্থাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *