ডিব্ৰুগড়ৰ মধুপুৰ বাৰঘৰীয়াত আলি আয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি। গুমৰাগৰ ছন্দত মুখৰিত হৈ উঠিছে আকাশ বতাহ। ডিব্ৰুগড়ৰ মধুপুৰ বাৰঘৰীয়াত আলি আয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি। ফাগুনৰ প্ৰথম বুধবাৰ যিহেতু সমাগত আলি আয়ে লৃগাং । কৃষি জীৱি জাতি হিচাপে আৰু মিছিংৰ বাপতি খাওন আলি আয়ে লৃগাংৰ উপলক্ষ্যে ডিব্ৰুগড়ৰ মধুপুৰ বাৰঘৰীয়া সকলো ৰাইজ একলগ হৈ কৰ্ম-খেলা অনুষ্ঠিত কৰিবলৈ আগ বাঢ়িছে। এই কৰ্ম-খেলাত গাঁৱৰ কন-কন ছাত্ৰ-ছাত্ৰী , জীয়াৰী – বোৱাৰী আৰু গাঁৱৰ ব্যয়জেষ্ঠ সকল একলগ হৈ কৰ্ম-খেলা অনুষ্ঠিত কৰিব লৈছে। উল্লেখযোগ্য যে সমূহ অসম বাসি ৰাইজক মিছিংৰ একমাত্ৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং ৰ উপলক্ষ্যে জাতি বৰ্ণ একেতা দোলেৰে বৰ অসম ৰ চাওলুং চুকাফাৰ আদৰ্শৰে আগ বাঢ়ি যোৱাৰ লগতে একেতা দোলেৰে এই কৃষি জীৱি উৎসৱ পালন কৰা হ’ব বুলি কয় ।