টেঙাখাতত প্ৰচণ্ড ধুমুহাৰ কোবত বিস্তৰ ক্ষতি সাধন সাধাৰণ ৰাইজৰ

টেঙাখাতত প্ৰচণ্ড ধুমুহাৰ কোবত বিস্তৰ ক্ষতি সাধন সাধাৰণ ৰাইজৰ ৷

টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয় অন্তগত গন্ধীয়া ,উলণ্টনকে ধৰি বহুতো গাওঁত যোৱা নিশা অহা প্ৰচণ্ড ধুমুহাৰ কোবত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয় ৷
এই ধুমুহা ফলত বহুতৰ ঘৰ দুৱাৰ ভঙা উপৰিও ১১ হাজাৰ ভল্টেজৰ টাৰ চিঙি ৰাস্তাত পৰি বহু সময় যাতায়তৰ অসুবিধা হোৱা পৰিলক্ষিত হয় ৷
বিদ্যুৎ সংযোগ বিচ্ছিন্ন । বিভিন্ন ঠাইত বৈত্যুতিক খুঁটা তাঁৰ চিহ্ন বিছিন্ন ।।

ধুমুহা ফল ঘৰৰ তিনপাত শাক পাচলিকে ধৰি অনেক সামগ্ৰী বিধ্বস্ত হোৱা পৰিলক্ষিত হয় ।
ধুমূহাই ক্ষতি সাধন কৰে বহু বাস গৃহ ।

ধুমুহা ফলত ঘৰৰ তিনপাত শাক পাচলিকে ধৰি অনেক সামগ্ৰী বিধ্বস্ত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *