টিপঙ কয়লাখনিত ভয়ংকৰ অগ্নিকাণ্ড ।
উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ বন্ধ হৈ থকা টিপং কলিয়ৰীৰ চালিৰ আণ্ডাৰগ্ৰাউণ্ড মাইনিংৰ কাষৰ পাহাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
উল্লেখযোগ্য যে আজি দিনৰ ভাগৰ পৰাই গেছ নিৰ্গত হৈ জুইৰ সূত্ৰপাত হৈ বৰ্তমান ভয়ঙ্কৰ জুইয়ে আৱৰি ধৰিছে উক্ত এলেকাত ।।অবৈধ ৰেট হ’ল মাইনিঙত এই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে।
