জুৰীয়াৰ সুতিৰপাৰত বনৰীয়া ম’হৰ ভয়ঙ্কৰ আক্ৰমণ আহত যুৱক
আহত যুৱক জনৰ নাম ফইজুল ইছলাম
লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম’হ টোৱে সুতিৰপাৰ গাৱত সোমাই পুৱাৰ পৰা সন্ৰাসৰ সৃষ্টি কৰে
ফইজুল হকে পথাৰত কাম কৰি থাকোতে বনৰীয়া ম’হ টোৱে আক্ৰমণ কৰে
ফইজুল হকৰ অবস্হা সংকট জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ।
ইতিমধ্যে বন বিভাগে কেইবাজাই গুলি ফুটাই ম’হ টোক অভয়াৰণ্য লৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
