জলসংকটৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰৰ বিশেষ সিদ্ধান্ত

জলসংকটৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰৰ বিশেষ সিদ্ধান্ত৷ বাগিচা অথবা গাড়ী ধোৱাত খোৱাপানীৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে চৰকাৰে৷ নিৰ্মাণকাৰ্য আৰু পানী ফোঁৱাৰাতো নিষিদ্ধ কৰা হৈছে খোৱাপানীৰ ব্যৱহাৰ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *