জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীচালনা

51

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীচালনা। ৰিয়াছি, কঠুৱাৰ পাছত এইবাৰ ডোডা জিলাত গুলীচালনা। ডোডাৰ সেনাৰ অস্থায়ী ঘাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ৬ নিৰাপত্তাৰক্ষী। গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছে এজন সাধাৰণ নাগৰিকো ।