ছুডানত ৫২ গৰাকী লোকক গুলীয়াই হত্যা

ছুডানত ৫২ গৰাকী লোকক গুলীয়াই হত্যা৷ অবেই অঞ্চলত সংঘটিত হিংসাত্মক ঘটনা৷ গাঁৱৰ একাংশ লোকৰ সৈতে সংঘৰ্ষ বন্দুকধাৰী দুৰ্বৃত্তৰ৷ সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে ৬৪ গৰাকী লোক৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ এজন সদস্যও আছিল মৃতসকলৰ ভিতৰত৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *