ছিকিমত মৃত্যুৰ কিৰিলী।বৃদ্ধি হৈয়েই আছে ছিকিমৰ বিভীষিকাত মৃতকৰ সংখ্যা৷ জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি হোৱাৰ বিপৰিতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১০০ৰো অধিক লোক৷ SDRF-NDRFয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।আৰু মৃত্যু হোৱা লোক উদ্ধাৰ হোৱাৰ আশংকা কৰিছে বিভাগৰ লোকে।
